Top Tweets for #SankarDev
May the divine teachings and spiritual wisdom of Mahapurush Srimanta Sankardev fill your life and home with eternal peace, harmony, and devotion.
#RMJ #sankardev #assameseculture

May the divine teachings and spiritual wisdom of Mahapurush Srimanta Sankardev fill your life and home with eternal peace, harmony, and devotion.
#ascosys #sankardev #assameseculture

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ।
#gyansrota #onlineeducationplateform #Sankardev #assameseculture

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাৱ তিথি।
#Sankardev

জয় গুৰু শংকৰ 🙏
On the sacred Abirbhav Tithi of Mahapurush Srimanta #Sankardev, we pay our deepest homage to the Gurujona whose wisdom, creations and ideals are the foundation of Assamese society.
His teachings continue to guide us towards unity, discipline and enlightenment.
May the blessings of Srimanta Sankardev inspire us in our journey to build a Viksit #Assam.


▶শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক অধিৱেশনৰ আজি তৃতীয়টো দিন ।
▶উলিওৱা হ'ব শোভাযাত্ৰা ।
▶শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
#AsomiyaPratidin #assam #sankardev #jorhat
▶শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক অধিৱেশনৰ আদি দ্বিতীয়টো দিন ।
▶উদুলি-মুদুলি যোৰহাটৰ ম'হবন্ধাৰ এৰালতলী পথাৰ ।
▶পুৱাই গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰ হৈ পৰিছে চৌদিশ ।
#AsomiyaPratidin #Assam #sankardev #jorhat
Today, We visited #Mahapurush #Srimanta #Sankardev #Kalakshetra and #NationalScienceCentre for an #educational visit to the students from our school. This is a special moment for the students of our government schools.

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু,
তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু...
জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সামৰি বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেখেতৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
#SrimantaSankardev #sankardev

"কৰতল কমল কমল দল নয়ন।
ভব দব দহন গহন-বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥"
অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দন, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত তেৰাৰ পদপংকজত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
#assam l #sankardev
📌আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
📌গুৰু বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ
#assam l #sankardev
আমাৰ আহিব লগীয়া ছবি #SundarpurChaos ৰ দুখন পোষ্টাৰ
আশাকৰোঁ সকলোৱে আদৰি লব।
#assamese #film #filmtwt #satra #land #culture #encroachment #sankardev #poster #posterdesign #filmposter #Cinema #movie

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩৯ সংখ্যক বিশ্বনাথ জিলা অধিৱেশনৰ সামৰণি অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰীৰ নাম পৰিৱেশন।
#sankardev #reels2024 #culture #assameseculture #biswanathchariali #assam #DY365
This Is What #RahulGandhi Has To Say About Being "Stopped" From Going To #Sankardev's Shrine in #Assam
শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত ২০১২ বৰ্ষৰ সেতুবন্ধা কাৰ্যসূচীত অসমৰ ভাওনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মিচিং ভাষাত ভাওনা পৰিবেশনৰ নতুন উদ্ভাৱনেৰে অসমৰ সম্প্ৰদায় সমূহৰ মাজত সেতু নিৰ্মাণৰ কাৰ্যসূচী সম্পন্ন কৰা হৈছিল।
#srimantafoundation
#sankardev #bhaona
🔴 ৰাজনীতিৰ খোজে খোজে ভকতিৰ তালে তালে। গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত নাম-প্ৰসংগত এইদৰে দেখা গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক @jayanta_malla
#JayantaMallaBaruah #Sankardev #BJP
অসমীয়া সমাজ জীৱন তথা কলা-কৃষ্টিৰ পিতৃস্বৰূপ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূণ্য আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।।
#শংকৰদেৱ #sankardev #Assam

অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ ।
জয় গুৰু শংকৰ 🙏
#SankarDev

Most Popular Users

Elon Musk 
@elonmusk
241.6M followers

Barack Obama 
@barackobama
119M followers

Cristiano Ronaldo 
@cristiano
114.2M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107.2M followers

Rihanna 
@rihanna
98.7M followers

NASA 
@nasa
92.4M followers

Justin Bieber 
@justinbieber
91.8M followers

KATY PERRY 
@katyperry
89.9M followers

Taylor Swift 
@taylorswift13
83.8M followers

Lady Gaga 
@ladygaga
75.3M followers

Virat Kohli 
@imvkohli
73.2M followers

Kim Kardashian 
@kimkardashian
70.8M followers

YouTube 
@youtube
68.8M followers

Neymar Jr 
@neymarjr
66.2M followers

Bill Gates 
@billgates
65M followers

Selena Gomez 
@selenagomez
63M followers

The Ellen Show
@theellenshow
62.3M followers

CNN 
@cnn
61.8M followers

X 
@x
60.7M followers





















