Top Tweets for #badaruddinajmal
‘ইনশ্বাল্লাহ,বদৰুদ্দিনে দিব পাৰিব জুবিনৰ ন্যায়।দেৱাশীষ শৰ্মা মুছলমানৰ শত্ৰু।’ইয়াৰ লগতে পীযুষ হাজৰিকাক সকীয়নি বদৰুদ্দিন আজমলৰ
#ND24Digital l #badaruddinajmal l #ZubeenGarg l #JusticeForZubeenGarg l #nagaon l #ByElection l #PijushHazarika
‘AIUDF দলে সংখ্যালঘুক বাদ দি বেলেগৰ চিন্তা কৰিব নোৱাৰা দল।’-সুশান্ত বৰগোহাঁই
#ND24Digital l #sushantaborgohain l #assam l #ByElections l #nagaon #badaruddinajmal

‘AIUDF দলে সংখ্যালঘুক বাদ দি বেলেগৰ চিন্তা কৰিব নোৱাৰা দল। আজমল ডাঙৰীয়াই যি ৰণনীতি লৈছে তাত নিজেই মুখথেকেচা খাব।’- সুশান্ত বৰগোহাঁই
#ND24Digital l #sushantaborgohain l #assam l #ByElections l #nagaon #badaruddinajmal
‘জুবিন গাৰ্গৰ ন্যায় অসমৰ মানুহে দিব। একাংশই ৰাজনৈতিক বাতাবৰণ সৃষ্টিৰ চেষ্টা কৰিছে।’জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মন্তব্য বিধায়ক সুশান্ত বৰগোহাঁইৰ
#ND24Digital l #ZubeenGarg l #JusticeForZubeenGarg l #badaruddinajmal l #sushantaborgohain
'আমি সংখ্যালঘু নহয়, আমি সংখ্যাগৰিষ্ঠ,আমি চৰকাৰ সলাব পাৰোঁ,বনাবও পাৰোঁ'
#Da_News_Plus #NewsUpdate #CMOASSAM #nagaonelection #yunustamuly #badaruddinajmal

নগাঁৱত আজমলৰ নতুন নিৰ্বাচনী কৌশল! শিৱসাগৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে দুই বিশেষ প্ৰচাৰক।
#ND24Digital | #BadaruddinAjmal | #Nagaon | #Assam | #AIUDF

নগাঁৱত আজমলৰ নতুন নিৰ্বাচনী কৌশল। শিৱসাগৰৰ পৰা প্ৰচাৰ চলাবলৈ আনিছে দুই প্ৰচাৰক।
#ND24Digital | #BadaruddinAjmal | #Nagaon | #Assam | #AIUDF

দেৱাশীষ শৰ্মা আৰু ৰকিবুল হুছেইনক মুকলি প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ। কি প্ৰত্যাহ্বান দিলে শুনক তেওঁৰ মুখেৰেই...
#ND24Digital l #badaruddinajmal l #RakibulHussain l #assam
"জুবিন গাৰ্গক ন্যায় দিব বদৰুদ্দিন আজমলে"। জয়ী হ'ব পাৰিলেই মৌলানা বদৰুদ্দিন আজমলে সংসদত উত্থাপন কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ দাবী।
#ZubennGargCase #BadaruddinAjmal #AssamPolitics #AssamNews
'বিজেপিয়ে ন্যায় দিব নোৱাৰে জুবিন গাৰ্গক'। 'বিজেপিৰ সদিচ্ছা নাই'। 'বিজেপিয়ে এক শতাংশও ন্যায় দিব নোৱাৰে জুবিনক'। সংসদত জুবিনৰ ন্যায় বিচাৰিব বদৰুদ্দিন আজমলে। মৈৰাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই আজমলৰ এই মন্তব্য।
#badaruddinajmal #BreakingNews #DY365
বিজেপিয়ে জুবিনৰ ন্যায় দিব নোৱাৰে। সংসদত জুবিনৰ ন্যায় বিচাৰিব বদৰুদ্দিন আজমলে
#ND24Digital l #badaruddinajmal l #bjp l #assam l #JusticeForZubeenGarg

বিজেপিয়ে জুবিনৰ ন্যায় দিব নোৱাৰে। সেয়া বদৰুদ্দিন আজমলে কৰিব লাগিব। সংসদত জুবিনৰ ন্যায় বিচাৰিব আজমলে। বিজেপিয়ে এক শতাংশও ন্যায় দিব নোৱাৰে বুলি কতাক্ষ বদৰুদ্দিন আজমলৰ।
#ND24Digital l #badaruddinajmal l #bjp l #assam
উপ-নিৰ্বাচনকলৈ দেৱাশীষ শৰ্মাক তীক্ষ্ণ বাক্যবাণ বদৰুদ্দিন আজমলৰ
#nagaonbyelection #badaruddinajmal #prime8tv
দেৱাশীষ শৰ্মাক জাহিল আখ্যা বদৰুদ্দিন আজমলৰ। কলমা পঢ়ি মুছলমান হোৱাৰ বাবে জনালে আহ্বান। আৰম্ভ তীব্ৰ বিতৰ্ক।
#ND24Digital | #BadaruddinAjmal | #AIUDF | #BJP | #Nagaon | #Assam
দেৱাশীষ শৰ্মাই ভোট বিচাৰি মছজিদলৈ গ’লেই নহ’ব, কলিমা পঢ়িব লাগিব: বদৰুদ্দিন আজমল
#BadaruddinAjmal #AssamPolitics

টোপনিত লালকাল আজমল... সমৰ্থকৰ বিচনীৰ বা পাই আৰু ৰ’ব নোৱাৰিলে। ভাগৰুৱা দেহাটিক অলপ জিৰণি দিৱলৈ নিৰ্বাচনী সভাতেই শুই পৰিল বদৰুদ্দিন আজমল। এই দৃশ্য ৰূপহীহাটৰ হাতিজুজুৱাৰ এখন AIUDFৰ নিৰ্বাচনী সভাৰ
#ND24Digital l #badaruddinajmal l #ByElection l #assam l #AIUDF
জাগীৰোডত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত জয় জুবিনদা, জয় আই অসম ধ্বনি৷ আজমলৰ সমৰ্থকে একেলগে গালে ‘মায়াবিনী’৷
#ND24Digital | #Mayabini | #BadaruddinAjmal | #ZubeenGarg
সদনত গীত-নৃত্য কৰিলে নহ’ব, তাত চেলেঞ্জ কৰিব পাৰিব লাগিব। দেৱাশীষ শৰ্মাক উদ্দেশ্যি বদৰুদ্দিন আজমলৰ কটাক্ষ।
#ND24Digital | #AIUDF | #BadaruddinAjmal |

মুছলমানৰ ভোট নালাগে, মিঞাৰ ঘৰ ভাঙি দিম বুলি কোৱা মানুহবোৰ এতিয়া নগাঁৱত আছে। বিজেপিলৈ যোৱা সংখ্যালঘু লোকৰ ৮০ শতাংশই ঘূৰি আহিব। মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই ভাষ্য বদৰুদ্দিন আজমলৰ।
#ND24Digital | #BadaruddinAjmal | #AIUDF | #BJP
Trends for you
Most Popular Users

Elon Musk 
@elonmusk
241.7M followers

Barack Obama 
@barackobama
119M followers

Cristiano Ronaldo 
@cristiano
114.4M followers

Donald J. Trump 
@realdonaldtrump
111.9M followers

Narendra Modi 
@narendramodi
107.2M followers

Rihanna 
@rihanna
98.7M followers

NASA 
@nasa
92.4M followers

Justin Bieber 
@justinbieber
91.8M followers

KATY PERRY 
@katyperry
90M followers

Taylor Swift 
@taylorswift13
83.9M followers

Lady Gaga 
@ladygaga
75.4M followers

Virat Kohli 
@imvkohli
73.3M followers

Kim Kardashian 
@kimkardashian
70.9M followers

YouTube 
@youtube
68.8M followers

Neymar Jr 
@neymarjr
66.4M followers

Bill Gates 
@billgates
65.2M followers

Selena Gomez 
@selenagomez
63.1M followers

The Ellen Show
@theellenshow
62.3M followers

CNN 
@cnn
61.8M followers

X 
@x
60.7M followers





