My greetings to the people of Assam on the occasion of Lachit Diwas. Lachit is not just a historical character, but an admirable set of values we ought to adopt.
এনেকুৱাও এটা সময় আছিল যে মানুহে কেৱল কংগ্ৰেছক হে চিনে সেই গাই আৰু দামুৰীৰ দিনৰ পৰা ৷ আন কোনো দলেই তিষ্ঠিব পৰা নাছিল ৷ ঠিক তেনেদৰে এটা সময়ত কেৱল হাতী হে হাতী ! দপদপাই আছিল হাতীয়ে ! আৰু এতিয়া কেৱল পদুম হে পদুম ! একেবাৰে দলদোপহেন্দোলদোপ ! সময় বাগৰে , মানুহৰ মনো সলনি হয় !
শ্ৰীমন্তশঙ্কৰ
হৰি ভকতৰ
জানা যেন কল্পতৰু৷
তাহান্ত বিনায়
নাই নাই নাই
আমাৰ পৰম গুৰু৷৷
#LDPAssam offers obeisance on the death anniversary (Tirobhava Tithi) of our beloved Gurujona, Mahapurush Srimanta Sankardev today. May he guide us eternally 🙏
অসমৰ মহাপুৰুষীয়া ধৰ্মৰ অন্যতম গুৰি ধৰোঁতা তথা মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য, শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৫ তম্ তিৰোভাৱ তিথিৰ এই পবিত্ৰ দিনটোত তেৰাৰ চৰণ কমলত ভক্তিভৰা প্ৰণিপাত নিবেদিছোঁ।
Remembering Vaishnava Saint Mahapurush Sri Sri #Madhavdeb on his #TirobhavTithi#LDPAssam