Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Jyoti Borah
@milanjbora
Nagaon,Assam
Joined June 2014
66
Following
6
Followers
1K
Posts
Jyoti Borah
@milanjbora
1 day ago
@Utpal_Assam
ইমান খিনি মানুহ ৰ পৰা পাই আছে। তথাপি কাৰোবাৰ ভৰিত ধৰি....
Jyoti Borah
@milanjbora
1 day ago
@Konpai_099
কঠোৰ বাস্তৱ
Jyoti Borah
@milanjbora
3 days ago
@Jitumon62660068
খুব দুখ লাগিছে কথাবোৰ জানি। বাইদেও সোনকালে সুস্থ হৈ উঠক
Jyoti Borah
@milanjbora
6 days ago
@Konpai_099
অসমীয়াৰ ভাল গুন যেনেকৈ আছে বেয়া গুণো বহুত। অলপ চকু চৰহা।
Jyoti Borah
@milanjbora
7 days ago
@FightApsc
বেয়াই লাগে এখেতলৈ
Jyoti Borah
@milanjbora
7 days ago
@BhagawatiKr
কেইবছৰ মান আগতে ৰাজনৈতিক ভাৱে বিদ্যালয় সমূহত জধে মধে হোৱা এপইণ্টমেণ্ট বিলাকে চৰকাৰী বিদ্যালয় ৰ মানদণ্ড হ্ৰাস কৰি পেলাইছিল আৰু মানুহৰ চৰকাৰী মাধ্যমৰ প্ৰতি বিশ্বাস কমাই পেলাইছিল যাৰ পৰা এতিয়াও বিদ্যালয় সমূহ ওলাই আহিব পৰা নাই। কিন্তু বৰ্তমান চৰকাৰী বিদ্যালয়সমূহ গুণগত মান উন্নত।
See More
Jyoti Borah
@milanjbora
11 days ago
@borthakur_mira
হাঁহি থাকক। বুজি পোৱাই বুজি পায়।
Jyoti Borah
@milanjbora
13 days ago
@Utpal_Assam
আপোনালোকো দেৰিকৈ গল পৰিপাটি কাপোৰ পিন্ধি।বানপানী মাজতো ড্ৰেছ কোড ঠিকেই ৰাখিছে।
Jyoti Borah
@milanjbora
14 days ago
@BhagawatiKr
মই X ৰ বাহিৰে একো ব্যৱহাৰ নকৰোঁ। ইয়াত ভদ্ৰলোকসকলহে থাকে যেন লাগে। বেছভাগ লোকৰে ভাষা মাৰ্জিত। ফেচবুক গৈ fakebook হল
Jyoti Borah
@milanjbora
14 days ago
@Mrinal_MLA
@AssamAssembly
চৰকাৰ এটা ব্যৱস্থাপনা যত মন্ত্ৰীৰ ৰ লগতে বিষয়া কৰ্মচাৰী সকলো জৰিত আৰু দায়বদ্ধ হৈ থাকে। আপোনাৰ ভূমিকাক শলাগ লৈছো।
Jyoti Borah
@milanjbora
15 days ago
@goswami__abhi
@prag_news
মই গম পোৱাত বানাক্ৰান্ত ৰাইজে পুৰণি কাপোৰ গ্ৰহণ কৰা নাই। নগাওঁ ৰ ADP কলেজ ৰ পৰা নতুন কাপোৰ লৈ যাত্ৰা আৰম্ভ কৰিছে। মইও দিয়াৰ কথা কৈছিলো (অলপ পুৰণি) কাপোৰ। নালাগে বুলি কলে।
Jyoti Borah
@milanjbora
16 days ago
@FightApsc
মূৰত বেপাৰী চিন্তা সোমাল
Jyoti Borah
@milanjbora
16 days ago
@FightApsc
নেক্সট CM
Jyoti Borah
@milanjbora
16 days ago
@pratidintime
কোন বিধায়ক কৈ দিব লাগে। সেইকণ সাহস থাকিব লাগে। সহায় কৰি হেকান পৰিব নালাগে
Jyoti Borah
@milanjbora
16 days ago
@baruah_123
ঠিকেই
Jyoti Borah
@milanjbora
16 days ago
@Jitumon62660068
Cc TV ভঙা পাব্লিক প্ৰপাৰ্টি নষ্ট কৰা খিনি ৰ কি হব
Jyoti Borah
@milanjbora
16 days ago
@m2n037
People from bhupen,jayanta,jubin country. we remember সুৰ বাহিনী।
Jyoti Borah
@milanjbora
16 days ago
@Crosscurrent_in
ভাল কৰিলে। এনেকুৱা ভদ্ৰমি কৰি থাকিব
Jyoti Borah
@milanjbora
16 days ago
@FightApsc
@CJP_2029
শেষ। ইমান তললৈ যাব নেলাগে মাক বাপেক
Jyoti Borah
@milanjbora
16 days ago
@BhagawatiKr
সঠিক কৈছে। কিছুমান শিক্ষকৰ মানসিকতাই ও শিক্ষা ব্যৱস্থাৰ ক্ষতি কৰিছে। পৰীক্ষাত শিকাই দিয়াৰ মানসিকতা বহুত শিক্ষকৰ আছে।HSLC ৰ বহুতো কেন্দ্ৰত শিক্ষকে ছাত্ৰ ছাত্ৰীক শিকাই দিয়ে। ফলত ভাল চেণ্টাৰ ৰ ছাত্ৰ ছাত্ৰী সকলৰ ক্ষতি হয়।
Last Seen Users on Sotwe
inej
Seen from
Germany
りんご飴
Seen from
Korea
BroColi
Seen from
Indonesia
ExclusiveNih 😜
Seen from
France
커신
Seen from
Korea
Futagenn
Seen from
United Kingdom
ستا لیونی
Seen from
United Arab Emirates
Strapp Metal
Seen from
United States
Kira Queen
ℝ𝔼𝕆♠✨
Trends for you
1
Hong
Under 10K tweets
2
Milwaukee
Under 10K tweets
3
taekook
Under 10K tweets
4
Lindell
Under 10K tweets
5
Kornacki
Under 10K tweets
6
#WWENXT
Under 10K tweets
7
Dan Heng
Under 10K tweets
8
Evan Phillips
Under 10K tweets
9
Fede
Under 10K tweets
10
Evers
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.3M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
113M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.3M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.5M followers
9
KATY PERRY
@katyperry
89.1M followers
10
Taylor Swift
@taylorswift13
83M followers
11
Lady Gaga
@ladygaga
74.5M followers
12
Virat Kohli
@imvkohli
72M followers
13
Kim Kardashian
@kimkardashian
70.5M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
65M followers
16
Bill Gates
@billgates
64.7M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
62.2M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫