@himantabiswa Don't spate misinformation , Not to mention 1 lakh jobs, 30 thousand jobs have not been given. Through ADRE supposed to provide jobs to 25,000 people but how many were given jobs? Only about 12,000 in total .By selecting one person for 4-5 posts
The ADR Rules, 2022ৰ ১২ নং অনুচ্ছেদৰ ৩ নং দফাত উল্লেখ আছে যে বিজ্ঞাপন দিয়া পদসমূহ পূৰ্ণ নহ'লে পৰৱৰ্তী তালিকাৰ ব্যৱস্থা কৰিব পাৰে। অতি শীঘ্ৰে এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি পৰীক্ষাত অৱতীৰ্ণ যুৱক-যুৱতীৰ ফলাফলৰ ভিত্তিত পৰৱৰ্তী তালিকা প্ৰস্তুত কৰি খালী হোৱা পদত নিযুক্তি দিয়া উচিত।