I didn’t know Zubeen Garg was such a big thing in Assam, so many people came out for his last journey, shows how deeply he was loved, Rest in peace Star #ZubeenGarg
ইয়াক প্ৰকাশৰ যে কোনো ভাষা নাই......
এই ভাষাৰ যে কোনো শব্দও নাই,.....
আছে মাথোঁ এআকাশ অপ্ৰকাশ্য অনুভৱ ...
একপক্ষীয়তাই শীতলাব নোৱাৰা এবুকু উষ্ম আবেগ..
#goodmorning
জীৱনবোৰো কি যে এক বিচিত্ৰ খেলা, যাক আমি পুনে পুনে ভাগ্যকে ইয়াৰ সমস্ত দায়ী বা সফলতাৰ মূল দাবীদাৰ বুলি মানি লব খোজো৷৷ আচলতে ভাগ্য হ’ল কৰ্মৰ ফলাফলহে মাথোঁ 🙂