Cabinet has approved the First Statutes of Majuli University of Culture, Madhabdev University, Bhattadev University, Rabindranath Tagore University and Birangana Sati Sadhani Rajyik Viswavidyalaya. These five universities will be fully functional now.
@TKSARMAH1 দুই ফালৰ পৰাই মাৰিছে । অনুপ্ৰৱেশৰ লগতে জন্ম হাৰো । জন্ম হাৰ পূৰ্বতকৈহে কমিছে, কিন্তু অন্যসকলৰ তুলনাত বহুত বেছি। কোকৰাঝাৰত কম হোৱাৰ কাৰণ- আমাৰ জনজাতীয় লোকসকলৰ বৃদ্ধি বহু কম, যিটো বাঢ়িব লাগে।