#8pm : #ParadiseHotel
পেৰাডাইচ এখন ইতিহাস প্ৰসিদ্ধ হোটেল।
অসমত পেৰাডাইচৰ যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯৫১ চনত। প্ৰতিষ্ঠাপক প্ৰয়াত যতীন্দ্ৰ নাথ বেজবৰুৱাই ঘৰৰ বাহিৰত পৰম্পৰাগত অসমীয়া খাদ্য পৰিবেশনৰ এক নতুন ধাৰণাৰ শুভাৰম্ভ কৰিছিল।
শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই যোৰহাটত হোটেল জনতা পেৰাডাইচ আৰু হোটেল পেৰাডাইচৰ জৰিয়তে বিস্তাৰ লাভ কৰে। পিছত ১৯৮৪ চনৰ ২১ মে' তাৰিখে তেওঁৰ পুত্ৰ শ্ৰী এছ. কে. বেজবৰুৱাই গুৱাহাটীত পেৰাডাইচ ৰেষ্টুৰেণ্ট প্ৰতিষ্ঠা কৰি অসমীয়া খাদ্যক এক নতুন পৰিচয় আৰু জনপ্ৰিয়তা প্ৰদান কৰে। পৰিয়ালৰ সকলোৰে বাবেই অতি উপভোগ্য এই হোটেলত আমি গুৱাহাটীত পঢ়ি থকা অৱস্থাত প্ৰতি মাহত অন্তত: এবাৰ খোৱাতো অভ্যাস হৈ পৰিছিল । এতিয়াও সময়-সুবিধা পালে ইয়াৰ ৰুচি ল'বলৈ যাওঁ ।
Paradise is a historic landmark in Assam's culinary journey. Founded in 1951 by Late Jatindra Nath Bezbaruah, it pioneered the concept of serving traditional Assamese cuisine outside the home. The legacy reached Guwahati on 21 May 1984, when Mr. S. K. Bezbaruah established Paradise Restaurant, giving Assamese food a new identity.
It has always been one of my favourite places. During my student days in Guwahati, we made it a point to dine here at least once a month, and even today, I visit whenever I get the chance.
#Paradise #Dinner
#SummerSportsCamp
4th day of coaching….
#Football is not just a game , It is an art.
#Sports
ফুটবল কেৱল এখন খেল নহয়, ই এক শিল্প।
প্ৰতিটো পাছ, প্ৰতিটো দৌৰ আৰু প্ৰতিটো গ'লত সৃজনশীলতা, শৃংখলা আৰু দলীয় মনোভাৱৰ প্ৰকাশ ঘটে।
#8pm : #VillageDrive
I love to drive the kids around whenever I can…..
City gives me traffic , village gives me purpose.
সুযোগ পালেই গাঁৱৰ কণমানিবোৰক গাড়ীত অলপ ঘূৰাই অনাটো মোৰ বাবে এক অনাবিল আনন্দৰ উৎস -
চহৰে মোক যান-জঁটৰ যন্ত্ৰনা দিয়ে আৰু গাঁৱে মোক দিয়ে জীৱনৰ প্ৰকৃত অৰ্থ...