HCM @himantabiswa Sir, HEM @ranojpeguassam Sir, MD @Samagra_Assam , CS @CSAssam_
Kindly look into this news reflecting issues regarding Vocational Teachers working in Government schools of Assam.
Our sincere appeal - End this private third party system from Vocational Education system in Assam.
Serious corruption/fund leakage and harassment of teachers going on under this system.
Remove third party TMP system and save vocational education in Assam.
@OfficeofHBS@CMOfficeAssam
https://t.co/T58wnmMdBa
ধন্যবাদ অসম হাইস্কুল শিক্ষক সন্থা।
বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ পৰা তৃতীয় পক্ষৰ হস্তক্ষেপ আঁতৰাই এই শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়ন সাধন কৰক। চৰকাৰী বিদ্যালয়ত ব্যক্তিগত কোম্পানীৰ জৰিয়তে শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থাৰ অন্ত পেলাবলৈ আমি কাতৰ আহ্বান জনাইছোঁ।
"বাহিৰে ৰংচঙীয়া কিন্তু ভিতৰে কোৱাভাতুৰী"ৰ সদৃশ এই তৃতীয় পক্ষীয় ব্যৱস্থাই বৃত্তিমূলক শিক্ষকসকলক বছৰ বছৰ ধৰি শ���ষণ কৰি আহিছে। সেয়েহে, এই শোষণমূলক ব্যৱস্থা অতি শীঘ্ৰে আঁতৰাবলৈ চৰকাৰক বিনম্ৰ অনুৰোধ জনালোঁ।
@ranojpeguassam @himantabiswa @OfficeofHBS @CMOfficeAssam @CSAssam_ @Samagra_Assam